অসমশীৰ্ষ

অসমত নিপা ভাইৰাছৰ আতংক

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমত নিপা ভাইৰাছৰ আতংক চলাৰ এক মিছা তথ্য ছচিয়েল মেডিয়াত অপপ্ৰচাৰ চলোৱা হৈছে। এতিয়ালৈকে অসমৰ কোনো অঞ্চলত এই ভাইৰাচত আক্ৰান্ত হোৱা নাই। স্বাস্থ্য বিভাগে এনে অপপ্ৰচাৰত জনতাক ভয় নাখাবলৈ অনুৰোধ জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close