অসম

সেনাৰ অসাৱধানবশত ফুটিল গুলী

প্ৰথম খবৰ,সোণাৰি:সোণাৰি নগৰত অসাৱধানবশত ফুটিল সেনাৰ গুলী৷ নাগালেণ্ডৰ মন জিলাৰ টিজিতৰ পৰা সোণাৰিত বজাৰ কৰিবলৈ অহা সেনাৰ বন্দুকৰ পৰা ফুটিল গুলী৷ আতংকিত হৈ আছে সোণাৰিবাসী৷ প্ৰতক্ষ্যদৰ্শীয়ে ঘটনাৰ কথা অৱগত কৰিছে যদিও সেনাই স্বীকাৰ কৰা নাই এই কথা৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close