বিনোদনৰাষ্ট্ৰীয়

অসুস্থ অৰ্জুন কাপুৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ: অৰ্জুন কাপুৰ অসুস্থ। হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ তাৰকাজন। থাইলেণ্ডৰ ৰাজধানী বেংককত ২৪ জুনত অনুস্থিত হ’ব আইফা এৱাৰ্ড সমাৰোহ। ভাৰতীয় ফিল্ম অকাডেমী পুৰস্কাৰ চমুকৈ আইফাত অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছে অভিনেতাজন। কিন্তু আজি অসুস্থ হোৱা কথাটো টুইট কৰে অভিনেতাজনে। তেওঁৰ বিশ্বাস দেওবাৰলৈ সুস্থ হৈ উঠিব আৰু অনুষ্ঠান পৰিবেশনো কৰিব।

Related Articles

Leave a Reply

Close