অসমগুৱাহাটীশীৰ্ষৰাষ্ট্ৰীয়

আজি বিশ্ব “চাইকেল দিৱস”

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি বিশ্ব চাইকেল দিৱস। ৩ জুন তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা হয় বিশ্ব চাইকেল দিৱস। বিশ্বৰ অন্য ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে এই দিৱসৰ। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত আযোজন কৰা হৈছে চাইকেল ৰেলী।

Related Articles

Leave a Reply

Close