শীৰ্ষৰাষ্ট্ৰীয়

আমেৰিকাই ভাৰতক দিব “আপাচে এটেক হেলিকাপ্টাৰ”

৯৩ কোটি ডলাৰত ভাৰতে কিনিব হেলিকাপ্টাৰকেইখন

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰৰপৰা ছয়খন এএছ-৬৪ আপাছে এটেক হেলিকাপ্টাৰ কিনিবলৈ চুক্তিবদ্ধ হৈছে। মাৰ্কিন প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয়ে জনোৱা মতে এতিয়াৰ পৰা ভাৰতৰ শত্ৰুপক্ষৰ লগত যুঁজাৰ ক্ষমতা পূৰ্বতকৈ আৰু শক্তিশালী হ’ব। আপাচে এটেক হেলিকাপ্টাৰৰ আগৰফালে থকা চেঞ্চৰৰ সহায়ত নিশাৰ ভাগতো উৰিব পাৰে। হেলিকাপ্টাৰখনত সংযোজিত কৰা হৈছে অগ্নি নিৰ্বাপনৰ ব্য়ৱস্থা,ষ্টিংগৰ ব্লক আই-৯২এইছ মিচাইল,নাইট ভিজন চেঞ্চৰ আদিকে ধৰি বহুকেইটা অত্যাধুনিক সা-সুবিধা।

 

Related Articles

Leave a Reply

Close