শীৰ্ষৰাষ্ট্ৰীয়

আৰবাজ খানলৈ আৰক্ষীৰ চমন

নেচনেল ডেস্ক, প্ৰথম খবৰ: আৰবাজ খানৰ বিৰুদ্ধে IPL জুৱাৰ লগত জড়িত হোৱাৰ অভিযোগ। মুব্বাই আৰক্ষীয়ে ইতিমধ্যে চমন দিছে আৰবাজলৈ। IPL জুৱাত আৰবাজ খানৰ ৩ কোটি টকা লোকচাল হোৱা বুলি বিভিন্ন সংবাদমাধ্যমত বাতৰি প্ৰচাৰ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close