শীৰ্ষৰাষ্ট্ৰীয়

ইফতাৰ পাৰ্টী নহয় ৰাষ্ট্ৰপতি ভৱনত

নেচনেল ডেস্ক,প্ৰথম খবৰ: চলিত বৰ্ষত ৰাষ্ট্ৰপতি ভৱনত ইফতাৰ পাৰ্টীৰ আয়োজন কৰা নহয়। এই কথা সদৰি কৰে ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব অশোক মালিকে। তেওঁ কয়,ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰাৰ পিছতেল সিদ্ধান্ত লৈছিল যে ৰাষ্ট্ৰপতি ভৱনৰ নিচিনা ৰাষ্ট্ৰীয় অনুষ্ঠান এটাত কোনো ধৰণৰ ধাৰ্মিক অনুষ্ঠানৰ আয়োজন কৰা নহ’ব। ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি সমৰ্থন জনায় এই সিদ্ধান্ত লয় ৰাষ্ট্ৰপতিয়ে। এই কথাই সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে যদিও বহুতে সমৰ্থন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close