শীৰ্ষৰাষ্ট্ৰীয়

ঈদৰ দিনাই হিংসাত্মক ঘটনা কাশ্মীৰত

নেচনেল ডেস্ক, প্ৰথম খবৰ: ইচলামধৰ্মীয় প্ৰধান ৰাজ্য জম্মু-কাশ্মীৰত ঈদৰ দিনাই হিংসাত্মক ঘটনা সংঘটিত হৈছে। ঈদৰ নামাজ শেষ হোৱাৰ পিছতে একাংশ লোকে হাতত পাকিস্থানৰ পতাকা লৈ ভাৰতীয় সেনাবাহিনীলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাই কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হয়।

Related Articles

Leave a Reply

Close