শীৰ্ষৰাষ্ট্ৰীয়

উত্তপ্ত শ্বিলং, সান্ধ্য আইন জাৰি

নিউজ ডেস্ক, প্ৰথম খবৰ: আকস্মিকভাৱে শ্বিলঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। নিশা আৰক্ষী আৰু বাছচালকৰ মাজত হোৱা সংঘৰ্ষক কেন্দ্ৰ কৰি  হিংসাত্মক পৰিৱেশে বিৰাজ কৰিছে শ্বিলং চহৰৰ পাঞ্জাৱী লাইনত। তাৰ পিছতে সান্ধ্য আইন জাৰি কৰা হৈছে সমগ্ৰ চহৰখনত।

 

Related Articles

Leave a Reply

Close