শীৰ্ষৰাষ্ট্ৰীয়

এখন আজৱ বিয়া! কইনাই জেচিবিত উঠি পালে শহুৰেকৰ ঘৰ

নেচনেল ডেস্ক,প্ৰথম খবৰ:কৰ্ণাটকৰ পুতুৰৰ এখন আজব বিয়া। বিয়াখনে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। বিবাহ সম্পন্ন হোৱাৰ পিছত দৰাই কইনাক কোনো দামী গাড়ীৰ সলনি জেচিবিত বহুৱাই নিজৰ ঘৰলৈ লৈ যোৱা পৰিলক্ষিত হয়।দৰাচলতে চেতন অৰ্থাৎ দৰা পেচাত এজন জেচিবি অপাৰে’টৰ। সেয়েহে বিবাহৰ নিচিনা সুন্দৰ মুহুৰ্তটোক স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যেৰে কইনাক জেচিবিৰে ঘৰলৈ লৈ আহে।

Related Articles

Leave a Reply

Close