অসমশীৰ্ষৰাষ্ট্ৰীয়

কাজিৰঙাৰ পৰ্যটকৰ বাবে দুঃখবৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কাজিৰঙা পৰ্যটন কৰিব  বিচৰা পৰ্যটনকাৰীৰ বাবে শুক্ৰবাৰৰ পৰা বন্ধ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ শুক্ৰবাৰৰ পৰা বন্ধ হোৱা এই ৰাষ্ট্ৰীয় উদ্যানখনৰ হাতী ছাফাৰী আৰু জীপ ছাফাৰী অহা অক্টোবৰ মাহৰ পৰা কাজিৰঙাৰ পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close