অসমশীৰ্ষ

ক্ষমা খুজিব লাগিব ৰাজ্যপালে

প্ৰথম খবৰ,মৰাণ:মৰাণত ৰাজ্যপাল জগদীশ মুখী পুত্তলিকা দাহ আটাছুৰ। চৰাইদেউ মৈদামত ৰাজ্যপাল গৰাকীয়ে গাড়ী উঠাই ঐতিহাসিক সম্পদ বিনষ্ট কৰা লগতে আহোমৰ ছশবছৰ ৰাজত্বৰ ওপৰত চৰম অপমান কৰা অভিযোগ আটাছু লগতে মুখীক ৰাজহুৱা ভাৱে ক্ষমা খুজিবলৈ সকিয়নী।

Related Articles

Leave a Reply

Close