অসম

খৈৰাবাৰী প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত বিভিন্ন দাবীত তলা ওলমালে শতাধিক শিক্ষকে

প্ৰথম খবৰ,খৈৰাবাৰী:আজি খৈৰাবাৰী প্ৰথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ভেৰগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বিভিন্ন দাবীৰে “তলাবন্ধ কায্যসূচী” ৰূপায়ন কৰে শতাধিক শিক্ষকে। তেওঁলোকৰ মূল দাবীসমুহ হৈছে-আসোঁৱাহ নিৰাময় সমিতিৰ প্ৰতিবেদনে সৃষ্টি কৰা বৈষম্য দূৰ কৰা,সপ্তম দৰমহা বিধি মতে প্ৰপ্য আদায় আৰু ছাত্ৰ ছাত্ৰীৰ সমস্যা ইত্যাদি। উল্লেখযোগ্য যে এই কায্যসূচীত পাঁচ শতাধিক শিক্ষকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

Related Articles

Leave a Reply

Close