শীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

গাঞ্জাই আৰোগ্য কৰিব মৃগী ৰোগীক

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: মাৰ্কিন স্বাস্থ্য নিয়ামকে গাঞ্জাৰ পৰা তৈয়াৰী প্ৰথমটো ঔষধক স্বীকৃতি দিছে। ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচনে ২ বছৰৰ পৰা প্ৰাপ্ত বয়স্ক মৃগী ৰোগী সকলক চিকিৎসাৰ বাবে এপিডিঅ’লেক্স নামৰ দৰবটোক লাইচেঞ্চ দিছে। ইয়াক আইন বিৰোধী বুলি বহুতে আপত্তিও কৰিছে।

কিন্তু এই ঔষধবিধ সম্পূৰ্ণকৈ গাঞ্জাৰপৰা তৈয়াৰ কৰা নাই। গাঞ্জাক ৰাসায়নিক পদ্ধতিৰে শোধন কৰি ষ্ট্ৰবেৰী ফ্লেভাৰৰ চিৰাপ তৈয়াৰ কৰা হৈছে। এই দৰববিধে ৫০০ৰো অধিক মৃগী ৰোগীক সুস্থ কৰি তুলিছে। ইয়াৰ ভিতৰত শিশুও আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close