শীৰ্ষৰাষ্ট্ৰীয়

গুজৰাটত বিমান দূৰ্ঘটনাগ্ৰস্থ,পাইলটৰ মৃত্যু

নেচনেল ডেস্ক,প্ৰথম খবৰ: ভাৰতীয় বায়ুসেনাৰ এখন বিমান গুজৰাটৰ জামন নগৰত দূৰ্ঘটনাগ্ৰস্থ হয়। দূৰ্ঘটনাটোত নিহত হয় বিমানৰ ভিতৰত থকা পাইলটজনো। মৃত পাইলটজনৰ নাম সঞ্জয় চৌহান। বিশেষ সূত্ৰই জনোৱা মতে,দূৰ্ঘটনাৰ সময়ত বিমান উৰণৰ প্ৰশিক্ষণ দি থকা হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close