অসমশীৰ্ষ

গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ আবিৰ পাত্ৰৰ মৃত্যু

নিউজ ডেস্ক, প্ৰথম খবৰ: গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মেয়ৰ আবিৰ পাত্ৰৰ মৃত্যু। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হৈছে প্ৰাক্তন মেয়ৰ আবিৰ পাত্ৰৰ। কেইবাদিন ধৰি চিকিৎসাধীন হৈ অৱশেষত আজি মৃত্যুক সাৱতি ল’লে আবিৰ পাত্ৰই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close