অসম

গোলকগঞ্জত আক্ৰাছুৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ,গোলকগঞ্জঃ কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুৰ ধুবুৰী জিলা সমিতি আৰু চিলাৰায় সেনা আৰু কোচৰাজবংশী মহিলা সমিতিৰ উদ্যোগত আজি গোলকগঞ্জ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংগঠনটোৰ কৰ্মী-সমৰ্থক সকলে হাতে-হাতে বেনাৰ প্লে-কাৰ্ডলৈ দিনৰ ১১ বজাৰ পৰা তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Related Articles

Leave a Reply

Close