আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয়

চিগাৰেট আসক্তৰ বাবে ২৭ জুন

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: ২৭ জুন। বিশ্ব ইতিহাসৰ এটি বিশেষ দিন। ১৯৫৭ চনৰ ২৭ জুনত গ্ৰেট ব্ৰিটেইনৰ মেডিকেল কাউঞ্চিলে ২৫ বছৰীয়া পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰিপোৰ্ট দিছিল যে ধুমপান কৰিলে বা চিগাৰেট সেৱন কৰিলে হাওঁফাওঁৰ কেঞ্চাৰ হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close