ৰাষ্ট্ৰীয়

ঝাৰখণ্ডত নস্কালী সংগঠনৰ ‘লেণ্ড মাইন’ বিষ্ফোৰণ

নেচনেল ডেস্ক,প্ৰথম খবৰ: চৰকাৰৰ নস্কালী সংগঠনৰ বিৰুদ্ধে অভিযান চলাই থকা সময়তে,ঝাৰখণ্ড আৰু ছট্টীছগড়ৰ সীমান্তৰ গাঁৰওৱাত মংগলবাৰে মাওবাদীয়ে পুতি থোৱা লেণ্ড মাইন বিষ্ফোৰণ হৈ নিৰাপত্তা বাহিনীৰ ৬ গৰাকী জোৱান শ্বহীদ হয়। মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close