অসমশীৰ্ষ

ডকমকাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে যোৰহাটত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ পোষকতা কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে এই ঘটনাৰ সৈতে জড়িত দোষীয়ে উচিত শাস্তি পাব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Close