বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

দিপীকা পাডুকনৰ ঘৰত জুই

নেচনেল ডেস্ক,প্ৰথম খবৰ: বলীউডৰ অভিনেত্ৰী দিপীকা পাডুকনৰ ঘৰ তথা কাৰ্যালয়ত অগ্নিকাণ্ড। দাদৰৰ প্ৰভাদেৱী অঞ্চলত অৱস্থিত অট্টালিকাটোৰ ৩৩ নং মহলাত সংঘটিত হয় এই অগ্নিকাণ্ড। অৱশ্যে এই ক্ষেত্ৰত কোনো লোক আহত হোৱা নাই। এতিমধ্যে অভিনেত্ৰী গৰাকীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে তেওঁ সুৰক্ষিত। অগ্নি নিৰ্বাপক বাহিনীৰ সদস্য সকলকো এই ক্ষেত্ৰত ধন্যবাদ জনায় অভিনেত্ৰীগৰাকীয়ে।

 

Related Articles

Leave a Reply

Close