অসমৰাষ্ট্ৰীয়

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চাৰ্শ্বিট দাখিল

নেচনেল ডেস্ক,প্ৰথম খবৰ: মুখ্য সচিব অংশু প্ৰসাদক মাৰপিট কৰাৰ অপৰাধত,আম আদমী পাৰ্টিৰ ১১জন বিধায়কৰ লগতে মুখ্যমন্ত্ৰীৰ কেজৰিৱালৰ বিৰুদ্ধে চাৰ্শ্বিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে। চাৰিজন আই এচ বিষয়া বয়ানৰ ওপৰত ভিত্তি কৰি চৰকাৰী কাম-কাজত বাধা প্ৰদান কৰাৰ লগতে,চৰকাৰী বিষয়াক ডিউটিৰ সময়ত দুৱাৰ বন্ধ কৰি মাৰপিট কৰাৰ অপৰাধত চাৰ্শ্বিট দাখিল কৰিছে দিল্লী আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close