শীৰ্ষৰাষ্ট্ৰীয়

দীপাৱলীৰ সময়ত বন্ধ থাকিব “আমেৰিকাৰ বিদ্যালয়”

ইন্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ:আমেৰিকাত শিক্ষা গ্ৰহণ কৰি থকা হিন্দু ছাত্ৰ ছাত্ৰীৰ বাবে এটি সু-খবৰ,এই বছৰৰ পৰা আমেৰিকাৰ বিদ্যালয় সমূহতো দীপাৱলীৰ বন্ধ উদযাপন কৰা হ’ব। এই বছৰৰ ৭ নৱেম্বৰ তাৰিখে উদযাপন হ’ব লগা দীপাৱলীৰ উৎসৱত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুকেইখন স্কুলত দীপাৱলীৰ উপলক্ষে বন্ধৰ ঘোষণা কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close