শীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

দুৰ্ভিক্ষৰ এখন কৰুণ ছবি! খাদ্যৰ অভাৱত খাইছে মাটি

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: সমগ্ৰ বিশ্বত প্ৰায় ৬ কোটি লোক আছে যিসকলে দুবেলা দুমুঠি খাবলৈ নাপায়। কেৰেবিয়ান আইলেণ্ডৰ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত মানুহে ভোক লাগিলে মাটিৰ ৰুটী খায়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এক হৃদয়বিদাৰক দৃশ্য ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে কেৰিবিয়ান আইলেণ্ডৰ হাইটীৰ বাসিন্দাই মাটিৰ ৰুটী খাই ভোক পলুৱাইছে। উল্লেখনীয় যে এইখনেই সেইখন দেশ য’ত কলম্বাচে এছিয়া আৰু ভাৰতৰ অস্তিত্বৰ সন্ধান পাইছিল।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close