অসমশীৰ্ষ

দৰংত আলফা(স্বাধীন) সদস্য আটক

মংগলদৈ দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া প্ৰথম খবৰ: মঙ্গলদৈ জিলাৰ দৰংত অসম আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আলফা (স্বাধীন)ৰ এজন সক্ৰীয় সদস্যক দৰংৰ বৰপুখুৰী অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন আলফা (স্বাধীন) সদস্যজনৰ নাম চিন্ময় কলিতা ওৰফে বাপা বুলি জানিব  পৰা গৈছে। ধৃত সদস্যজনৰ পৰা আৰক্ষীয়ে দুটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close