অসম

দৰঙত যোগ দিৱস উদযাপন,উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

প্ৰথম খবৰ মংগলদৈ /দেওমৰনৈ:সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো উদযাপন কৰে যোগ দিৱস৷ আজি দৰঙৰ বিভিন্ন ঠাইত আন্তজাৰ্তিক যোগ দিৱস পালন কৰে৷ মংগলদৈ বৰপুখুৰী পাৰত দৰং জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা যোগ দিৱসত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে মংগলদৈ বিধান সভা সমষ্ঠিৰ বিধায়ক গুৰুজ্যোতি দাস,ছিপাঝাৰ বিধান সভা সমষ্ঠিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া,দৰং জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণৰ উপৰিও বিষয়া কৰ্মচাৰী বিশিষ্ট ব্যক্তি,ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close