অসমশীৰ্ষ

নিবনুৱালৈ সু-খবৰ, ২৬ জুনত অসমত সংস্থাপন পাব ১,৫০০ নিবনুৱাই

নিউজ ডেস্ক, প্ৰথম খবৰ: শনিবাৰে অসমৰ পতঞ্জলি যোগ সমিতিৰ সভাপতি বিকাশ গোস্বামীয়ে এক সংবাদমেলত আগবঢ়োৱা মন্তব্য অনুসৰি জুন মাহৰ ২৬ তাৰিখে অসমত সংস্থাপন পাব ১,৫০০ গৰাকী নিবনুৱাই৷ অহা চাৰি মাহত চাৰি হাজাৰ থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি পতঞ্জলি যোগ সমিতিৰ সভাপতি বিকাশ গোস্বামীয়ে ৬ খন নতুন বিদ্যালয়ৰ কাম অচিৰেই আৰম্ভ কৰাৰ কথা উল্লেখ কৰাৰ লগতে বাক্সা জিলাৰ কুমাৰীকাটাত ছীড বেংকৰ নিৰ্মাণ কাৰ্য চলি থকাৰ কথা উল্লেখ কৰি ৰৌমাৰীত গোশালা স্থাপনৰো কথা শনিবাৰৰ সংবাদমেলত উত্থাপন কৰে পতঞ্জলি যোগ সমিতিৰ সভাপতিগৰাকীয়ে৷

Related Articles

Leave a Reply

Close