অসমশীৰ্ষ

নিল আকাশক চুক্তিৰ ধন নিদি ভাঙি চুৰমাৰ কৰিলে বাদ্যযন্ত্ৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: চাংসাৰিত বিহু মঞ্চত  গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল এঅসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নিল আকাশক। কিন্তু অনুষ্ঠানৰ অন্তত উদ্যোগক্তাসকলে চুক্তিৰ ধন নিদিলে শিল্পী গৰাকীক। তাৰ পিছতেই শিল্পীগৰাকী আৰু বিহু কমিতিৰ মাজত হোৱা বিতৰ্কৰ ফলত ভাঙি চুৰমাৰ কৰিলে নিল আকাশৰ বাদ্যযন্ত্ৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close