অসমশীৰ্ষ

পুনৰ ৯ গৰাকী ৰাজপত্ৰিত বিষয়াক জেৰা APSC কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুভাশিস বৰুৱাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: APSC’ৰ দূৰ্ণীতিৰ সম্ৰাট ৰাকেশ পালৰ আশীৰ্বাদপুষ্ট ৯জনকৈ ৰাজপত্ৰীত বিষয়া আকৌ জেৰাৰ সম্মূখীন হৈছে। এইবাৰ ৰাকেশ পালক সন্মুখত বহুৱাই জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে নিশামণি ডেকা, কৌশিক কলিতা, বৰ্ণালী দেৱী, ৰাজু সাহা, দেৱজিৎ বৰা, চাবিৰা ইমৰাণ, সুদীপ্তা গোস্বামী ভট্টাচাৰ্য, ৰুমী শইকীয়া আৰু পল্লৱী শৰ্মা চৌধুৰীক। ধন দি চাকৰি ক্ৰয় কৰা সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈ আছে ধৃত বিষয়া কেইগৰাকী। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে আটাইকেইজনক।

Related Articles

Leave a Reply

Close