শীৰ্ষৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীজন লিখা পঢ়া মানুহ হ’ব লাগে:কেজৰিৱাল

নেচনেল ডেস্ক,প্ৰথম খবৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ এক জনসভাত জনতাক উদ্দেশ্য কৰি কয় যে দেশৰ প্ৰধানমন্ত্ৰীজন লিখা পঢ়া মানুহ হ’ব লাগে। এই ক্ষেত্ৰত তেওঁ পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰশংসা কৰে। তেওঁ কয় যে মনমোহন সিঙে ভাৰতৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল আৰু এই ক্ষেত্ৰত তেওঁ বহু পৰিমাণে সফলো হৈছিল কিন্তু বৰ্তমান প্ৰধানমন্ত্ৰীজনৰ ক্ষেত্ৰত সেয়া দেখিবলৈ পোৱা নাযায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close