অসমৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

প্ৰধানমন্ত্ৰীৰ সমৰ্থকৰ ৰেলীত বিস্ফোৰণ

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: ইথিয়’পিয়াৰ ৰাজধানী এডিছ আবাবাত আজি ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। প্ৰধানমন্ত্ৰীৰ সমৰ্থকৰ ৰেলীত হোৱা এই বিস্ফোৰণত বহুকেইজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ পিছত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় যাৰ ফলত বহু লোক আহত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close