বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

প্ৰিয়ংকাৰ Unfinished

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ তথা হলীউড-বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কিতাপ লিখিব। বিগত কিছুদিনৰ পৰা আমেৰিকাৰ গায়ক নিক জোনচৰ লগত প্ৰিয়ংকাৰ সু-সম্পৰ্ক থকা বুলি চৰ্চিত হৈছে বি-টাউনত। প্ৰিয়ংকাই ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি কয় যে নিজৰ জীৱনৰ ওপৰত ভিত্তি কৰি “আনফিনিচড” নামৰ কিতাপ লিখি উলিয়াব। এই কিতাপখন ভাৰত,আমেৰিকা আৰু ব্ৰিটেইনত ৰিলিজ কৰিব বুলি জানিবলৈ দিয়ে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়,” মই সদায় কিতাপ লিখাৰ কথা ভাবো। কিন্তু সময় নাপাওঁ। অৱসৰ পালে ভাবো কিতাপ লিখাৰ উপযুক্ত সময়লৈ বাট চাওঁ বুলি।”

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close