খেলশীৰ্ষৰাষ্ট্ৰীয়

ফুটবল প্ৰেমীৰ বাবে সুখবৰ

নেচনেল ডেস্ক, প্ৰথম খবৰ: বিশ্বকাপ ফুটবল খেললৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে। ৰাছিয়াত অনুষ্ঠিত হ’ব লগা এই বিশ্বকাপ ফুটবল উপভোগ কৰিবলৈ ৰাছিয়া যাত্ৰাত প্ৰয়োজন নহয় VISA। টিকট আৰু FAN ID ৰ সহায়ত যাত্ৰা কৰিব পাৰিব ৰাছিয়া। এই কথা ঘোষণা কৰাৰ পিছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ফুটবল প্ৰেমীসকলৰ মাজত এক আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close