অসমশীৰ্ষ

বকোত দূৰ্ঘটনা,এজন নিহত

প্ৰথম খবৰ,বকো: বকোৰ আগছিয়াত ভয়াবহ পথ দূৰ্ঘটনা। চাইকেল আৰোহীক বাইকৰ তীব্ৰ খুন্দা। থিতাতে নিহত চাইকেল আৰোহী। নিহত লোকজন সম্ভু বড়ো। সম্ভু বড়োৰ ঘৰ বকোৰ বুঢ়ীমাৰাত। চাইকেলেৰে ঘাইপথত অতিক্ৰম কৰাৰ সময়ত এই দূৰ্ঘটনা। দূৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS-01-DB-0118।

Related Articles

Leave a Reply

Close