অসম

বঙাইগাঁৱত অব্যাহত আছে কাৰ্বিভূমিৰ ডকমকা কাণ্ডৰ প্ৰতিবাদ”

প্ৰথম খবৰ বঙাইগাঁও: বুধবাৰে ৰাতিপূৱা বঙাইগাঁৱত শ শ লোক তথা ছাএ-ছাএী সকলে একগোট হৈ উলিয়ায় এক প্ৰতিবাদী সমদল। বৰপাৰা ৰাজহুৱা খেলপথাৰত ছাএ-ছাএীয়ে ডকমকাত মৃত্যু বৰণ কৰা অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাৰীক ফাঁচীৰ দাবীত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰুপায়ন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close