অসমশীৰ্ষ

বজাৰলৈ আহি আছে শূন্য চাৰ্জৰ ফোন

নিউজ ডেস্ক, প্ৰথম খবৰ: আপোনাৰ নিশ্চয় এটা স্মাৰ্টফোন আছে আৰু এই ফোনটো ব্যৱহাৰ কৰোতে চাৰ্জ থকাটো নিশ্চয় অতি জৰুৰী৷ কিন্তু এতিয়া আপোনাৰ বাবে আছে এটা সুখবৰ। কিয়নো এতিয়া অতিশীঘ্ৰেই বজাৰলৈ আহিব শূন্য চাৰ্জত চলিব পৰা ফোন। অবিশ্বাস্য যেন লাগিলেও এয়া সত্য৷ লেন’ভো জেদ ৫ ত উপলব্ধ হ’ব এই বিশেষ ক্ষমতা। প্ৰায় ২০০০ গান ৰখাৰ উপৰি ১৫,০০০০০ ফটো ৰাখিবপৰা যাব এই ফোনটোত৷ এই ফোনটোৰ বিশেষ বিশেষত্ব এয়াই যে বেটেৰী চাৰ্জ শূন্য হ’লেও এই ফোনটো আন ফোনৰ দৰে বন্ধ নহ’ব। শূন্য চাৰ্জ হোৱাৰ পিছতো প্ৰায় ৩০ মিনিটলৈকে অনায়াসে চলিব এই বিশেষ ফোনটো।

Related Articles

Leave a Reply

Close