বিনোদনশীৰ্ষৰাষ্ট্ৰীয়

বলীউডৰ ৱৰ্ষ্ট এক্টৰ ছলমান খান

নেচনেল ডেস্ক,প্ৰথম খবৰ: গুগলে যিকোনো প্ৰশ্নৰ উত্তৰত হকে-বিহকে ভাৰতৰ বা কোনো ভাৰতীয়ৰ নাম দেখুৱাই দিয়াটো কোনো নতুন কথা নহয়। এইবাৰ তেনে এক ঘটনাৰ সন্মূখীন হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খান। মঙলবাৰে ৰাতিপুৱা গুগলত “ৱৰ্ষ্ট বলীউড এক্টৰ” বুলি বিচাৰিলে চলমান খানৰ নাম আৰু ফটো দেখুৱাইছিল। অৱশ্যে বৰ্তমান ছলমান খানৰ ডিটেইলছ গুগলে আটৰাইছে। অৰ্থাৎ গুগলে নিজৰ ভুল স্বীকাৰ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close