শীৰ্ষৰাষ্ট্ৰীয়

বাছ-ট্ৰেইন নহয়! আকাশমাৰ্গত ভিক্ষাৰী

ভিডিঅ' ভাইৰেল

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: বাছ বা ট্ৰেইনত যাত্ৰা কৰোতে আপুনি নিশ্চয় ভিক্ষাৰীয়ে ভিক্ষা খোজা দেখিছে। কিন্তু উৰাজাহাজত বহি থকা অৱস্থাত ভিক্ষাৰীয়ে ভিক্ষা কৰা দেখিছে নেকি? এনে এক অদ্ভূত ঘটনা সংঘটিত হৈছে ইৰাণৰ কাটাৰত। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

Related Articles

Leave a Reply

Close