অসমশীৰ্ষ

বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ বৰাকলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক প্ৰথম খবৰ: ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্দিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী সোণোৱাল সেই হেতুকে অহাকালি বান পৰিস্থিতিৰ বুজ লবলৈ কৰিমগঞ্জ অভিমুখে ৰাওঁনা হ’ব সোণোৱাল। তাৰ পিছতে হাইলাকান্দি জিলাৰ বানাক্ৰান্তৰ খবৰ ল’ব মুখ্যমন্ত্ৰী জনে। হাইলাকান্দিৰ পিছত তেখেত উপস্থিত হ’ব শিলচৰত। শিলচৰত ৰাতিটো কটাই শনিবাৰে পুৱা গুৱাহাটীলৈ উভতিব  মুখ্যমন্ত্ৰী সোণোৱাল।

 

Related Articles

Leave a Reply

Close