শীৰ্ষৰাষ্ট্ৰীয়

টুছ’ৰ মিউজিয়ামত বাবা ৰামদেৱৰ মমৰ প্ৰতিমূৰ্তি

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: লণ্ডনৰ বিখ্যাত সংগ্ৰহালয় মেডাম টুছ’ৰ মিউজিমাত সংৰক্ষিত হ’ব আন এজন ভাৰতীয়ৰ মমৰ মূৰ্তি। অমিতাভ বচ্চন, শচীন টেণ্ডুলকাৰ, ঐশ্বৰ্য ৰয়ৰ পিছতে এইবাৰ যোগ গুৰু বাবা ৰামদেৱৰ মমৰ প্ৰতিমূৰ্তি সংগ্ৰহ কৰিব লণ্ডনত। এই কথা বাবা ৰামদেৱে নিজেই ছ’চিয়েল মিডিয়াত ব্যক্ত কৰিছে।

ৰামদেৱে ফেচবুক পোষ্টত লিখিছে,প্ৰথমবাৰলৈ মেডাম টুছ’ৰ মিউজিমাত এজন যোগীৰ মূৰ্তি সংযোযিত হ’ব। ই যোগ বিজ্ঞানৰ মহিমাক আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব লগতে মানুহক আকৰ্ষিতও কৰিব। তেওঁ লগতে কৈছে যে, বলীউড, হলীউড, নেতাসকলৰ লগত প্ৰথমবাৰলৈ থিয় হ’ব এজন সন্ন্যাসীৰ প্ৰতিমূৰ্তি।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close