অসমশীৰ্ষ

বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

প্ৰথম খবৰ,বকো:বকোৰ শিংৰা ৰৌমাৰীত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ এজন লোক নিহত। নিহত লোকজন বৈচাগু ৰাভা (৫০)। আম পাৰিবলৈ গছত উঠাৰ সময়ত বিদ্যুৎস্পৃষ্ট হয় লোকজন।

Related Articles

Leave a Reply

Close