বিনোদনশীৰ্ষ

বিয়াত বহিব দিপীকা পাডুকনে

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: বি-টাউনৰ বহু চৰ্চিত এটি কাপ’ল দিপীকা পাডুকন আৰু ৰণবীৰ সিংহ। দুই তাৰকাই বিবাহ পাশত আবদ্ধ হ’ব চলিত বৰ্ষৰ ১০ নবেম্বৰত। দিপীকাৰ জন্মস্থান বাংগালুৰুত বিবাহ সম্পন্ন হ’ব যদিও মুম্বাইত গ্ৰেণ্ড-পাৰ্টিৰ আয়োজন কৰা হ’ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ২০১৮ চনত বলীউডৰ অভিনেত্ৰী ছোনম কাপুৰ,নেহা ঢুপীয়াৰ পিছত দিপীকা আৰু ৰণবীৰৰ বিয়াক লৈ যথেষ্ট উৎকণ্ঠা পৰিলক্ষিত হৈছে ফেন-ফ’ল’ৱাৰ্চৰ মাজত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close