অসম

মংগলদৈত বিদ্যুতৰ ট্ৰেঞ্চফৰ্মাত জুই

প্ৰথম খবৰ,মংগলদৈ/দেওমৰনৈ:মঙ্গলদৈ ব্লক চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বিদ্যুতৰ ট্ৰেঞ্চফৰ্মাৰত জুই, ট্ৰেঞ্চফৰ্মাটোত শ্বৰ্ত চাৰ্কিটৰ ফলতেই এই জুই লগাৰ সন্দেহ। ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাৰ ফলত বিপদৰ পৰা ৰক্ষা পৰে।

Related Articles

Leave a Reply

Close