অসম

মহানগৰীত পুনৰ চোৰৰ তাণ্ডৱ

নিউজ ডেস্ক, প্ৰথম খবৰ: মহানগৰীৰ ৰুক্মিনীগাওত চোৰৰ তাণ্ডৱ। ৰুক্মিনীগাওৰ টঙৰা সত্ৰত সংঘটিত হৈছে এই চুৰি কাণ্ড। নিশা চোৰে সত্ৰৰ পৰা লুটি নিলে বহু মূল্যবান সম্পদৰ লগতে নগদ ধন। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Close