শীৰ্ষৰাষ্ট্ৰীয়

মহাৰাষ্ট্ৰত দুৰ্ঘটনাগ্ৰস্থ ভাৰতীয় বায়ুসেনাৰ বিমান

নেচনেল ডেস্ক,প্ৰথম খবৰ:মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় বায়ু সেনাৰ এখন বিমান। বৰ্তমানলৈ দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই। এই দুৰ্ঘটনাটো ভাৰতীয় বায়ুসেনাৰ জুন মাহত হোৱা দ্বিতীয় বিমান দুৰ্ঘটনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close