ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মহিলাইও চলাব পাৰিব গাড়ী

ইণ্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: ছৌদি আৰবৰ ইতিহাসত এক উল্লেখযোগ্য দিন হিচাপে পৰিণত হ’ল আজিৰ দিনটো। এতিয়াৰ পৰা দেশখনত মহিলাই চলাব পাৰিব গাড়ী। বিগত প্ৰায় ৬০ বছৰৰ পৰা ছৌদি আৰবৰ মহিলাই গাড়ী চলাব নোৱাৰিছিল। দেশখনৰ ১.৫১ কোটি মহিলাই গাড়ী চলাব পাৰিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close