অসম

মাজুলীত অগ্নিকাণ্ড

মাজুলীৰপৰা প্ৰাঞ্জল খাউণ্ড,প্ৰথম খবৰ: মাজুলী জিলাৰ অন্তৰ্গত জেংৰাইমুখ কেঁচাই খোৱাত ভয়ানক অগ্নিকাণ্ড। জুইত জাহ গৈছে লক্ষাধিক টকাৰ সা-সম্পত্তি। ৰাইজৰ বাসগৃহৰ লগতে ভঁৰাল ঘৰ ভষ্মীভূত হয়। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীৰে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা বৰ্তমানো চলাই থকা পৰিলক্ষিত হৈছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close