অসম

মাজুলীত লোমহৰ্ষক হত্যাকাণ্ড

মাজুলীপৰা প্ৰাঞ্জল খাউণ্ড, প্ৰথম খবৰ:  মাজুলীত এক লোমহৰ্ষক হত্যাকাণ্ড সংগঠিত হৈছে। মাজুলীৰ জেংৰাই মূখ থানাৰ অন্তৰ্গত খেৰকাটি বনিয়া গাৱত এটা মৃত দেহ আজি উদ্ধাৰ হোৱাক লৈ মাজুলীত চাঞ্চল্যৰ সৃষ্টি হৈছে। সোমেশ্বৰ বনিয়া নামৰ লোক জনক কোনো লোকে পছাই খুছি হত্যা কৰাৰ সন্দেহ প্ৰকাশ প্ৰতক্ষ্যদৰ্শী তথা আৰক্ষীয়ে। যোৱা ৰাতি সংঘটিত এই ঘটনাৰ দোষীক বিছাৰি আৰক্ষীৰ যোৰদাৰ তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে কোনো তথ্য লাভ কৰিব পৰা নাই আৰক্ষীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close