অসমশীৰ্ষ

মাধ্যমিক শিক্ষা বিভাগৰ অধীনত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ অধীনত দ্বাদশ শ্ৰেণীৰ এখন বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যকে ধৰি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁই, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, সচিব প্ৰবীণ শর্মা সহ শিক্ষা বিভাগৰ কেইবাজনো বিষয়া৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close