বিনোদনৰাষ্ট্ৰীয়

মুক্তি পালে “ৰেচ ৩”

এণ্টাৰটেইনমেণ্ট ডেস্ক, প্ৰথম খবৰ: আজি মুক্তি পালে ছলমান খান অভিনিত চিনেমা ‘ৰেচ ৩’। ঈদৰ সময়ত মুক্তি লাভ কৰা ছলমান খানৰ  এই  চিনেমাখনে ঈদৰ উৎসাহ দুগুণ বৃদ্ধি কৰিছে।

বক্স অফিচ আৰু ফ্ৰেণ্ড ফলোইঙৰ পৰা চাবলৈ গলে ছলমান খান বলিউডৰ এজন জনপ্ৰিয় অভিনেতা। যেতিয়া ছবিগৃহত ছলমানৰ  চিনেমা মুক্তি হয় তাৰ আশেপাশে সাধাৰণতে অন্য প্ৰযোজকে নিজৰ চিনেমা মুক্তি দিয়াৰ পৰা সাধাৰণতে আঁতৰত থাকে। ‘ৰেচ-৩’ মুক্তি হব বাবেই এই মাহৰ ৪ তাৰিখে কোনো ছবি ছবিগৃহত মুক্তি লাভ  নকৰিলে। অৱশ্যে ৰজনীকান্ত অভিনিত চিনেমা  ‘কালা ‘ ৭ তাৰিখে মুক্তি হয়। যদিও এইখন দক্ষিণ ভাৰতীয় চিনেমা।

Related Articles

Leave a Reply

Close